যোৱা 24/8/2020 তাৰিখে অনুস্ঠিত হৈ যোৱা কৰ্মচাৰি ৰাজ্য বীমা (ESIC) অসমৰ অধীনৰ Hospital আৰু Dispensary সমুহৰ বাবে অস্থায়ীভাবে (প্ৰাৰম্ভিক 11 মাহৰ বাবে) চাফাই কৰ্মী সাক্ষাতকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ফলাফল ক্ৰমিক নং অনুযায়ী তলত উল্লেখ কৰা হ’ল –
022 , 093, 188, 208, 209, 225, 256, 320, 349
354, 355, 356, 371, 455, 458, 461, 503, 507.
উল্লেখিত প্ৰাৰ্থীসকলক তলত দিয়া ঠিকনাত 31/8/2020 তাৰিখৰ ভিতৰত যোগাযোগ কৰিবলৈ কোৱা হ’ল |
ESIC, Jawahar Nagar, Khanapara, Guwahati – 22
Official Notice – Click Here