How to recover Dee Assam teachers recruitment application no?

By | February 7, 2022

How to recover Dee Assam teachers recruitment application no?

আজি আমি আপোনালোঁকলৈ এটা বেলেগ Topic লৈ আহিছোঁ । আপোনালোঁকে জানে যে প্ৰাথমিক শিক্ষা বিভাগত নতুন কৈ ৯৩৫৪ টা শিক্ষক নিযুক্তি ৰ এটা বিজ্ঞাপন ওলাইছে । সেই বিজ্ঞাপনটো কিন্তু বহুদিন আগতে ওলাইছিল । আমাৰ মাজৰে বহুতে তাতে ইতিমধ্যে আবেদন কৰিলে । কিন্তু যিহেতু বিজ্ঞাপনটো প্ৰকাশ হোৱাৰ পাছটো চৰকাৰে আকৌ TET পৰীক্ষা পাতিব লগীয়া হল সেয়ে আমি আকৌ TET পৰীক্ষা দিলোঁ । কিছুৱে পাছ কৰিলোঁ বা কিছুৱে  নকৰিলোঁ । এতিয়া কথা হল আমি আগতে আবেদন কৰি থোৱা বহুতে হয়তো নতুনকৈ TET পাছ নকৰিলোঁ কিন্তু পাছ কৰিম বুলি ভাবি TET পৰীক্ষা দিছিলোঁ । পাছ কৰি নতুন Mark Sheet  ৰে  TET ত আবেদন কৰিম বুলি ভাবি আমি পূৰ্বৰ যিবিলাক data যেনে username আৰু password সেইবিলাক মনত নাৰাখিলো বা Save নকৰিলোঁ । পাছ কৰা সকলে নতুন চাৰ্টিফিকেট লৈ নতুনকৈ আবেদন কৰাৰ সুবিধা পাব কিন্ত পাছ নকৰা সকলে পূৰ্বৰ login ID আৰু password দি আৱেদন পত্ৰ খন ডাউনলোড কৰি লব পাৰিব । কিন্ত্ত যদিহে login credentials পাহৰি গৈছে তেনেহলে তেওঁলোকে সমস্যাৰ সন্মুখীন হব । কিন্তু তাৰবাবে DEE ৰ চাৰিটা Help-desk numbers দিয়া আছে যত আমি ফোন কৰি আমাৰ সমস্যাৰ কথা জনাব পৰো । নহলে  login page t গৈ আপুনি Forgot password ত click কৰিব । তাৰ পাচত আপুনি যিটো category আৱেদন কৰিছিল তাক select কৰি registration Email ID enter কৰিব আৰু submit কৰি দিব । যদিহে  আপোনাৰ Email ঠিক দিছে তেনেহলে আপুনি আপোনাৰ email address ত আপোনাৰ Login details লাভ কৰিব আৰু তাৰে আপুনি login in কৰি লব পাৰিব ।

How to recover Dee Assam teachers recruitment application no?

 

Important Links and Crucial Dates

Details of Events Crucial Dates and Links
Commencement of Application 01/02/2022
Last Date of Application 15/02/2022
Official Notification Click Here
Login Now Click Here
Forgot Password Click Here
Official Website Click Here

Leave a Reply

Your email address will not be published.