অসম চৰকাৰৰ 19/07/2019 তাৰিখৰ অধিসূচনা নং RLR 187/2007/ অংশ 24 আৰু 10/04/2018 তাৰিখৰ অধিসূচনা RLR 187/2017/39 অনুসৰি ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ সমূহৰ অন্তৰ্গত খালি থকা গাঁও বুঢ়া লাট সমূহ পূৰণৰ বাবে নিম্নলিখিত লাট গাঁও সমূহৰ যোগ্য ব্যক্তিসকলৰ পৰা আবেদন বিচৰা হৈছে । আবেদন পত্ৰ সমূহ জিলা উপাযুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব । আবেদন পত্ৰ সমূহ 11/07/2021 তাৰিখৰ (কাৰ্যালয় খোলা থকা সময় দিনৰ 5 বজালৈ ) পর্যন্ত জমা দিব পাৰিব ।
DC Office Dibrugarh Gaonburha Recruitment Details
1. লাহোৱাল গ্ৰাণ্ট, 19/155
- মৌজা – লাহোৱাল
- ৰাজহ চক্ৰ – ডিব্ৰুগড় পূব
2. হাবিচুক গোহাঁই গাঁও
- মৌজা – মদাৰখাত
- ৰাজহ চক্ৰ – ডিব্ৰুগড় পূব
3.দাইনিজান, দুলিয়া , 42/137 নং বলাই গ্ৰাণ্ট , 1/159 O.R.R গ্ৰাণ্ট (B) আৰু জপৰা গাঁও
- মৌজা – মানকটা খনিকৰ –
- ৰাজহ চক্ৰ – ডিব্ৰুগড় পশ্চিম
4.বৰাগাধৈ , টিপলিং পুৰণা ঘাট আৰু নলনী পথাৰ গাঁও
- মৌজা – টিপলিং
- ৰাজহ চক্ৰ – টেঙাখাত