Category Archives: Gaonburha Jobs

Sivasagar Assam Gaonburha Recruitment 2021

 শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা চক্ৰ সমূহৰ অন্তৰ্গত গাঁও অথবা গাওঁসমূহত খালি হৈ থকা চৰকাৰী গাওঁবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ! আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত Standard Form of Application ত আবেদন কৰিব লাগিব । আবেদনকাৰীয়ে কোনখন গাওঁৰ গাওঁবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাওঁসমূহৰ নাম উল্লেখ কৰাৰ লগতে… Read More »