Sivasagar Assam Gaonburha Recruitment 2021 - sakorinews.com

Wednesday, 11 August 2021

Sivasagar Assam Gaonburha Recruitment 2021

 শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা চক্ৰ সমূহৰ অন্তৰ্গত গাঁও অথবা গাওঁসমূহত খালি হৈ থকা চৰকাৰী গাওঁবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ! আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত Standard Form of Application ত আবেদন কৰিব লাগিব । আবেদনকাৰীয়ে কোনখন গাওঁৰ গাওঁবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাওঁসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীয়ে নিজৰ Mobile Number স্পষ্টকৈ উল্লেখ কৰাটো বাধ্যতামূলক ।

 

Sivasagar Assam Gaonburha Recruitment 2021

Details of  Sivasagar Assam Gaonburha Recruitment

Gaonburha Jobs


Important Dates and Links Details

Details of Events Important Links & Dates
Last date of Online Submission of Application: 31.08.2021
Official Advertisement Click Here
Download Application Form Click Here

Post Top Ad



blog counter
seedbox Views Till Now