গোলাঘাট জিলাৰ গাওঁবুঢ়া নিযুক্তিৰ জাননী ২০২১ - sakorinews.com

Sunday, 29 August 2021

গোলাঘাট জিলাৰ গাওঁবুঢ়া নিযুক্তিৰ জাননী ২০২১

 গোলাঘাট জিলাৰ তলত উল্লেখিত ৰাজহ চক্ৰ সমূহৰ অন্তৰ্গত গাঁও/গাওঁসমূহত খালি হৈ থকা চৰকাৰী গাওঁবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা যৈছে । আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব । আবেদনকাৰীয়ে কোনখন গাঁওৰ গাওঁবুঢ়া পদৰ  বাবে আবেদন সেই গাঁও বা গাওঁসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীয়ে নিজৰ Mobile Number স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক।

 

গোলাঘাট জিলাৰ গাওঁবুঢ়া নিযুক্তিৰ সবিশেষ


পদৰ নামঃগাওঁবুঢ়া 

  • পদৰ সংখ্যাঃ৬৫
  • নি্যুক্তিৰ বাবে অৰ্হতাঃ যিকোনো স্বীকৃতি প্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব
  • বয়সৰ সীমা : সৰ্বোচ্চ 25 বছৰ 
  • বাসিন্দা: উপযুক্ত প্ৰাৰ্থীজন ভাৰতীয় স্থায়ী বাসিন্দা হোৱাৰ লগতে নিৰ্দিষ্ট গাঁও বা সেই লতৰ বাসিন্দা হব লাগিব 
Gaonburha Golaghat


 

 

Important Dates and Links Details

Details of Events Crucial Dates and Links
Commencement of Online Application 29/08/2021
Last Date of Online Application 13/09/2021
Official Notification Click Here
Application Form Click Here
Official Website Click Here

Post Top Ad



blog counter
seedbox Views Till Now